Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: পৰ্বতঝোৰাৰ ছাতাগুৰীত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত,বেলনো বাহন বাগৰি পৰিল কালি মন্দিৰ সমীপৰ দ-খাৱৈত

Dhubri Part, Dhubri | Sep 10, 2025
পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছাতাগুৰী কালি মন্দিৰ সমীপতে দলঙ খনৰ পূব দিশত বগৰীবাৰীৰ পৰা ধুবুৰী অভিমূখে গৈ থকা AS01DN3979 নং বেলেনো বাহন খনে দলঙখনৰ পূব দিশত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰি গাড়ী খন সন্মুখৰ ভাগত বিস্তৰ ক্ষতি সাধন হয়। অবশ্য চালক খন কোনো মতে প্ৰাণ ৰক্ষা পৰে বুলি বগৰীবাৰী আৰক্ষীয়ে জানিবলৈ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us