Download Now Banner

This browser does not support the video element.

গুৱাহাটী: গুৱাহাটীত চেভ ভৰলুৰ অভিযানৰ ব্যতিক্ৰমী কাৰ্যসূচী ,প্ৰথমবাৰৰ বাবে ভৰলু নৈত নাওঁ খেল অনুষ্ঠিত হৈছে

Guwahati, Kamrup Metropolitan | Oct 5, 2025
গুৱাহাটীত চেভ ভৰলুৰ অভিযানৰ ব্যতিক্ৰমী কাৰ্যসূচী ,প্ৰথমবাৰৰ বাবে ভৰলু নৈত নাওঁ খেল অনুষ্ঠিত হৈছে।জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৃতিত উতসৰ্গিত এই নাও খেল।প্ৰথমবাৰ বাবে অনুষ্ঠিত হৈছে এই নাও ৰেলী অনুষ্ঠানটোত সহযোগ কৰিছে SS TRUST & Marwari Sammelan ৰ কামৰূপ শাখাই।
Read More News
T & CPrivacy PolicyContact Us