Install App
manojbmc2009
This browser does not support the video element.
সৃজনগ্ৰাম: শিক্ষক দিৱস উপলক্ষে নাম্বাৰপাৰা পি এম শ্ৰী হাইস্কুলত অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত, উপস্থিত বিধায়ক
Srijangram, Bongaigaon | Sep 5, 2025
শিক্ষক দিৱস উপলক্ষে নাম্বাৰপাৰা পি এম শ্ৰী হাইস্কুলত অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সম্বৰ্ধনা অনুষ্ঠান শুক্ৰবাৰে আবেলি চাৰি বজাত সামৰণি পৰে । অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহন কৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল গনি আহমেদ, হবিবৰ ৰহমান, আক্ৰম আলীক ফুলাম গামোচা, জাপি, মানপত্ৰ, ছাতি আদিৰে সম্বৰ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!