This browser does not support the video element.
বাক্সা: সুৱনশ্ৰীত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভা অনুষ্ঠিত
Baska, Baksa | Sep 7, 2025
বাক্সা জিলাৰ সুৱনশ্ৰীত আজি ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বিটিচিৰ দিহিৰা সমষ্টিৰ দলীয় প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ সপক্ষে অনুষ্ঠিত এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেওঁ দলৰ প্ৰাৰ্থী গৰাকীক বিজয়ী কৰাবলৈ উপস্থিত ৰাইজৰ প্ৰতি আহ্বান জনায়।