Install App
mokib786
This browser does not support the video element.
মানকাচৰ: মানকাচৰৰ পূৰ্বাঞ্চলত শিক্ষক-ছাত্ৰীৰ সম্পৰ্কত কালিমা হানা শিক্ষক সন্দৰ্ভত মানকাচৰ খণ্ডপ্ৰাথমিক শিক্ষাবিষয়াৰ প্ৰতিক্ৰিয়া
Mankachar, South Salmara-Mankachar | Sep 9, 2025
মঙ্গলবাৰে দিনৰ আনুমানিক ৫ বজাত মানকাচৰৰ পূৰ্বাঞ্চলত শিক্ষক-ছাত্ৰীৰ সম্পৰ্কত কালিমা হানা লম্পট শিক্ষক সন্দৰ্ভত মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মানকাচৰৰ পূৰ্বাঞ্চলৰ শিক্ষক-ছাত্ৰীৰ সম্পৰ্কত কালিমা হানা আবেৰ আলী নামৰ শিক্ষক গৰাকী যোবা ১চেপ্তম্বৰৰ পৰা বিদ্যালয়ত অনুপস্থিৰ বাবে ইতিমধ্যে জিলা শিক্ষা বিভাগে কাৰণ দৰ্শোৱাৰ জাননী দিছে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!