Download Now Banner

This browser does not support the video element.

চাবুৱা: বায়ুসেনা ষ্টেচনত নিয়োজিত থলুৱা কৰ্মচাৰীক অব‍্যাহতি, ডিকমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শতাধিক কৰ্মচাৰীৰ

Chabua, Dibrugarh | Aug 22, 2025
চাবুৱা বায়ুসেনা ষ্টচনত থলুৱা শ্ৰমিকক কৰ্ম অব‍্যাহতি দি বহিৰাগতক বৰপিৰা পাৰি দিয়াৰ পৰিকল্পনা কৰিছে চাবুৱা বায়ুসেনা ষ্টেচনে। ঠিকাদাৰৰ অধীনত কৰ্মৰত শ্ৰমিকক কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ বৰ্খাস্ত কৰিবলৈ চলোৱা পৰিকল্পনাৰ বিৰুদ্ধে সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদৰ। আজি শুক্ৰবাৰে পুৱা ৯ বজাত ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক শ্ৰমিকে
Read More News
T & CPrivacy PolicyContact Us