Download Now Banner

This browser does not support the video element.

সৰ্থেবাৰী: শালমাৰা ম'হ ৰিজার্ভ আৰু নকুছি ম'হ ৰিজার্ভ বেদখল মুক্ত কৰাৰ দাবী সৰ্থেবাৰীৰ ৰাইজৰ

Sarthebari, Barpeta | Jul 29, 2025
সৰ্থেবাৰীৰত হাজাৰ হাজাৰ বিঘা চৰকাৰী ৰিজাৰ্ভত পূর্ববংগীয় লোকে বেদখল কৰি ঘৰ সাজি বাস কৰা অভিযোগ স্থানীয় ৰাইজৰ ৷ বেদখলকাৰীৰ দপদপনিত অস্তিত্বহীন হৈ পৰিছে ঐতিহাসিক কাপলাবিলৰ গাতে লাগি থকা শালমৰা বিল, কলদি পথাৰ আৰু নকুছি ৰিজাৰ্ভ । কিছু বছৰৰ পৰা সৰ্থেবাৰীৰ বিল জলাশয় তথা চৰকাৰী ভূমিত সন্দেহজনক নাগৰিক ব্যাপক আগ্ৰাসন হোৱাৰ অভিযোগ ৰাইজৰ ৷ ঐতিহাসিক কাপলা বিলৰ গাতে লাগি থকা শালমাৰা ম'হ ৰিজার্ভ আৰু নকুছি ম'হ ৰিজার্ভ ৪৫৯০ বিঘা মাটিত পূর্ববংগীয় লোকে বেদখল কৰি আছে ৷
Read More News
T & CPrivacy PolicyContact Us