Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱত অচিনাক্ত বাহনৰ খুন্দাত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত এজন লোকক চিকিৎসালয়ত ভৰ্তি

Dergaon, Golaghat | Sep 10, 2025
দেৰগাঁৱত অচিনাক্ত বাহনৰ খুন্দাত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত এজন লোকক চিকিৎসালয়ত ভৰ্তি l বুধবাৰে বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা l এখন অচিনাক্ত বাহনৰ খুন্দাত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয় এজন চাইকেল আৰোহী l দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহন খন l স্থানীয় লোকে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে l আৰক্ষী উপস্থিত হৈ ব্যক্তি জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে l ব্যক্তি জন দেৰগাঁৱ দলিজলিয়া গাৱঁৰ বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us