Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত একাংশক ভূমি প্ৰদানৰ বিৰোধিতাকৰে জনজাতি জিৰণি চৰাত ট্ৰাইবেল সংঘৰ তীব্ৰ প্ৰতিবাদ
Jorhat West, Jorhat | Aug 21, 2025
টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত একাংশক ভূমি প্ৰদানৰ বিৰোধিতাকৰে যোৰহাট স্থিত জনজাতি জিৰণি চৰাত ট্ৰাইবেল সংঘৰ তীব্ৰ প্ৰতিবাদ । টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অসংৰক্ষিত জনগোষ্ঠীৰ লোকক ভূমি অধিকাৰ প্ৰদান কৰিবলৈ লোৱাৰ বিৰোধিতাৰে এই প্ৰতিবাদ । অসম চৰকাৰৰ প্ৰকাশিত জাননীখন দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । সদৌ অসম ট্ৰাইবেল সংঘৰ আহ্বান মৰ্মে আজি এই প্ৰতিবাদ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!