Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: বল্লামগুৰীত বিটিচি নিৰ্বাচন লৈ বিজেপিৰ প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত মন্ত্ৰী কৌশিক ৰায়

Bijni Part, Chirang | Sep 12, 2025
আজি চিৰাং জিলাৰ সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সুবাইঝাৰত আগন্তুক বিটিচি নিৰ্বাচন লৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ,আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কৌশিক ৰায়,সুবাইঝাৰ সমষ্টিৰ পাৰিষদ তথা আগন্তুক বিটিচি নিৰ্বাচনৰ সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰী ,সুবাইঝাৰ মন্ডল বিজেপিৰ সভাপতি তপন দাস সহ বিজেপিৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us