Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰি নগৰত পানী যোগান আঁচনি পাইপ ফাটি সৃষ্টি হৈছে কৃত্ৰিম বান, সমস্যাত পৰিছে ৰাইজ, ব্যৱস্থা গ্ৰহণ দাবী #jansamasya

Sonari, Charaideo | Aug 22, 2025
চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ মাজমজিয়াত এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বহু লোক। ঘৰে ঘৰে নল লগোৱা হৈছে যদিও জল নথকাত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। ইয়াৰ বিপৰীতে নগৰখনৰ মাজমজিয়াত প্ৰায় ছয় মাহ ধৰি অপচয় হৈ আছে পানী। নগৰখনৰ ৭ নং ৱাৰ্ডত পানীৰ পাইপৰ পৰা পানী নিৰ্গত হৈ অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত এতিয়া সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোত। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিভাগীয় কৰ্তৃপক্ষক বহু কেইবাৰ বিষয়টো অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত এই সমস্যাৰ সমাধানৰ হোৱা নাই। ইফ
Read More News
T & CPrivacy PolicyContact Us