Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এখন পুনৰীক্ষণ সভা
Dibrugarh East, Dibrugarh | Jun 25, 2025
আজি বুধবাৰে বিয়লি ৪ বজাত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ অধ্যক্ষতাত ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এখন পুনৰীক্ষণ সভা অনুষ্ঠিত কৰা হয়। এই বৈঠকখনত কৃষি বিভাগৰ আঁচনি সমূহৰ পৰ্য্যবেক্ষণ কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!