Download Now Banner

This browser does not support the video element.

নগাঁও: বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলৰ কৰ্মীক আক্ৰমণ কৰাক লৈ ক্ষোভ কংগ্ৰেছ কৰ্মীৰ , ৰাজীৱ ভৱনত সংবাদ মেল

Nagaon, Nagaon | Sep 1, 2025
বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলৰ কৰ্মীক আক্ৰমণ কৰাক লৈ ক্ষোভ কংগ্ৰেছ কৰ্মীৰ। বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰাক লৈ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন মহম্মদ ৰিজভিক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। কোনো কাৰণ নোহোৱাকৈয়ে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । কংগ্ৰেছৰ দিনত উঠি ৰজা বহি ৰজা কৰা জনেই আজি বিজেপিৰ হৈ প্ৰতিবাদৰ নেতৃত্ব দিছে
Read More News
T & CPrivacy PolicyContact Us