Download Now Banner

This browser does not support the video element.

লক্ষীপুৰ: ৰামহৰি খানখোৱা গাওঁ পঞ্চায়ত -জয়পুৰ বজাৰ সংযোগী পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ

Lakhipur, Goalpara | Aug 21, 2025
ৰামহৰি খানখোৱা গাওঁ পঞ্চায়ত -জয়পুৰ বজাৰ সংযোগী পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ।পশ্চিম গোৱালপাৰাৰ বৃহত্তৰ ৰামহৰি খানখোৱা গাওঁ পঞ্চায়তৰ চৰ অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি টুলুঙা নাওৰে বিপদ সংকুল ভাবে যাতায়ত কৰিব লগা হৈছে।ব্ৰহ্মপুত্ৰ নদীৰ সূঁতিৰ ওপৰত এখন দলঙৰ অভাৱত সদায় বিপদ সংকুল ভাবে যাতায়াত কৰিব লগীয়া হয় চৰ অঞ্চলৰ ৰাইজৰ।বৃহত্তৰ চৰ অঞ্চলৰ প্ৰায় তিনিৰ পৰা চাৰি হাজাৰ ছাত্ৰ ছাত্ৰীয়ে টুলুঙা নাও ৰে পাৰ হৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যাব লাগে l
Read More News
T & CPrivacy PolicyContact Us