Download Now Banner

This browser does not support the video element.

হোজাই: মঙ্গলবাৰে প্ৰায় ১১বজাত হোজাই উপস্থিত হব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,শিৱবাড়িত বিধায়ক ৰামকৃষ্ণ ঘোষৰ মন্তব্য

Hojai, Hojai | Sep 1, 2025
হোজাইত মঙ্গলবাৰে প্ৰায় ১১বজাত উপস্থিত হব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।সোমবাৰে দিনৰ প্ৰায় ২বজাত সংবাদ মাধ্যমত মন্তব্য বিধায়ক ৰামকৃষ্ণ ঘোষৰ।তিনি টাকৈ কাৰ্যসূচীৰে হোজাইত উপস্থিত হব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।হোজাই সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত উপস্থিত হৈ বিশাল জনসভা আয়োজন কৰি অসম চৰকাৰৰ অধীনৰ মহিলা উদ্যমীতা আঁচনি অনুষ্ঠানত চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে,তাৰ পিছতে হোজাই সাগৰবস্তি স্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ শুভ উদ্বোধনৰ কায্যসূচী অনুষ্ঠানিকতা
Read More News
T & CPrivacy PolicyContact Us