Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীৰ কোকৰাডাঙাৰ গঢ়াখহনীয়া অঞ্চলৰ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

Mankachar, South Salmara-Mankachar | Sep 6, 2025
শনিবাৰে দিনৰ ১১ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে জল সস্পদ বিভাগৰ উদ্যোগত চলি থকা মেগা জিঅ টিউব‌ৰ কামৰ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ। উল্লেখ্য যে ২৪ আগষ্টত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুজ হাজৰিকাই কোকৰাডাঙা অঞ্চলৰ গঢ়া খহনীয়াৰ অঞ্চলৰ পৰিদৰ্শন কৰিছিল।
Read More News
T & CPrivacy PolicyContact Us