Download Now Banner

This browser does not support the video element.

নগাঁও: নিজ মামা , মামী আৰু মাহীয়েকে জব্দ কৰিলে ভাগিনীয়েকৰ নথি পত্ৰ আৰু লগত গহণা , সদৰ থানা সমীপত প্ৰতিক্ৰিয়া ভূক্তভোগীৰ

Nagaon, Nagaon | Sep 11, 2025
নিজ খুৰা , মামী আৰু মাহীয়েকে জব্দ কৰিলে ভাগিনীয়েকৰ নথি পত্ৰ আৰু লগত গহণা। জৰিনা বেগম ,জাবেদা খাতুন ,আচমা বেগম আৰু জালাল উদ্দিন সম্পৰ্কত হয় নিজ মামা, মামি আৰু মাহীয়েক। এই ব্যক্তি কেইজনে ষড়যন্ত্ৰ মূলক ভাবে আদায় কৰিব খুজিছিল ১০ লাখ টকা নিজ ভাগিনীয়েকৰ পৰা। বৰ্তমান ভুক্তভোগীৰ নথি পত্ৰ জব্দ হৈ থকাত আছিল মেট্ৰিক ৰ প্ৰমাণপত্ৰ , NRC , পিতৃৰ নথি পত্ৰ আৰু আছিল অন্যান্য নথি পত্ৰ। লগত আছিল সোণৰ গহনা। উল্লেখ্য যে ৫ মাহ পূৰ্বে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত ভুক্তভোগীৰ
Read More News
T & CPrivacy PolicyContact Us