Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: বানীপুৰ ৰেলৱে ষ্টেছনত আৰক্ষী আৰু শুল্ক বিভাগৰ চকুত ধুলি কৰবিহীন কাপোৰ সৰবাৰহৰ অভিযোগ, আৰক্ষী উপস্থিত হৈ তদন্ত অব‍্যাহত

Dibrugarh East, Dibrugarh | Sep 10, 2025
ডিব্ৰুগড় ৰেলৱে ষ্টেছনত কৰবিহীন কাপোৰৰ ব্যৱসায়ত নামি পৰিছে এটা চক্ৰ। ৰেলেৰে সৰবৰাহ হয় বহি: ৰাজ্যৰ পৰা কৰবিহীন কাপোৰ। আজি বুধবাৰে সন্ধিয়া ৭ বজাত অভিযোগ দিয়া অনুসৰি আৰক্ষী আৰু শুল্ক বিভাগৰ চকুত ধুলি দি ডিব্ৰুগড় বাণীপুৰ ৰে'লৱে ষ্টেচনৰ জৰিয়তে উজনি অসমৰ তিনিচুকীয়া -ডিব্ৰুগড়, শিৱসাগৰ,মৰিয়নি পৰ্যন্ত সৰবৰাহ হয়  কৰবিহীন কাপোৰ
Read More News
T & CPrivacy PolicyContact Us