This browser does not support the video element.
লংকা: লংকাৰ কেইবাটাও নামঘৰত লামডিং সমিষ্টিৰ বিধায়ক শিবু মিশ্ৰয় আশীষ লয়
Lanka, Hojai | Sep 11, 2025
বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭বজাৰ পৰা কেইবাটাও নামঘৰত গৈ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰয় আশীষ লয়।উল্লেখ্য পবিত্ৰ ভাদ মাহত নামঘৰৰ পৰা ভাঁহি অহা হৰি নামৰ ধ্বনিয়ে আধ্যাত্মিকতাৰ সৃষ্টি কৰি মনটো ভক্তিৰসেৰে ভৰাই তোলে। এনে এক পবিত্ৰ মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশ মৰ্মে আজি লংকা মণ্ডলৰ অন্তৰ্গত লংকাত কেবাটাও নামঘৰ সমূহত বিধায়ক গৰাকী উপস্থিত হৈ ভক্তপ্ৰাণ ৰাইজৰ সৈতে ভগৱন্তৰ শ্ৰী চৰণত সেৱা জনায়