Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মতিৰাম বৰা উদ্যানত অতি উৎসাহেৰে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ শতবৰ্ষ জন্মজয়ন্তী উদযাপন কৰা হয়

Marigaon, Morigaon | Sep 8, 2025
মৰিগাঁও জিলাৰ সদৰ বিহুতলীৰ সমীপত থকা মতিৰাম বৰা উদ্যানত অতি উৎসাহেৰে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ শতবৰ্ষ জন্মজয়ন্তী উদযাপন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত অনামিকা তেৱাৰী, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগ্লাৰী আৰু অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰায়ে ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Read More News
T & CPrivacy PolicyContact Us