This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত দুগৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন চিৰাং জিলাৰ জিলা আয়ুক্ত যতীন বৰাৰ
India | Aug 12, 2025
চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত জিলা আয়ুক্ত যতীন বৰাই আজি দুগৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে,কেন্দ্ৰীয় চৰকাৰৰ আমন্ত্ৰন মৰ্মে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰশালী ভিচিডিচিৰ সভাপতি দ্বিপচন নাৰ্জাৰী আৰু তেঁওৰ পত্নি ৮নং গৌজনপুৰী জেৱাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ীত্ৰী শ্ৰীমতি সুখুশ্ৰী বালা ব্ৰহ্মই দেশৰ ৰাজধানী লালকিল্লাত হবলগীয়া দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱশৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।