This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ছালাকাটিত বিটিচি নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে বিধায়ক লৰেঞ্চ ইছলাৰীক নাম ঘোষণা,ছালাকাটিত উষ্ম আদৰণি
Kokrajhar Part, Kokrajhar | Aug 22, 2025
শুক্ৰবাৰ দিনা বিয়লি ৩.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টিত আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে বিধায়ক লৰেঞ্চ ইছলাৰী ইউপিপিএলৰ প্ৰাৰ্থীৰ হিচাপে নাম ঘোষণা হোৱাত ছালাকাটিৰ ইউপিপিএল কৰ্মী সকলে উৎফুল্লিত হৈ ছালাকাটি হাই স্কুলৰ খেল পথাৰৰ পৰা ছালাকাটি ইউপিপিএল ব্লক সমিতিৰ কাৰ্যালয় লৈকে পদযাত্ৰা অনুষ্ঠিত কৰি লৰেঞ্চ ইছলাৰীক উষ্ম আদৰণি জনায়, উক্ত অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰীৰ লগতে এক হাজাৰৰো অধিক নেতা কৰ্মী আৰু ইউপিপিএল সমৰ্থক সকলে অংশগ্ৰহণ কৰে