Download Now Banner

This browser does not support the video element.

নগাঁও: চামগুৰিত চৰকাৰী ভূমিত মিঞা মুছলমানৰ আগ্ৰাসন, ভূমি বেদখল কৰি নিৰ্মাণ কৰিছে মছজিদ, ৰাইজৰ মন্তব্য

Nagaon, Nagaon | Aug 2, 2025
চামগুৰিত চৰকাৰী ভূমিত মিঞা মুছলমানৰ আগ্ৰাসন,চৰকাৰী ভূমি বেদখল কৰি নিৰ্মান কৰিছে মছজিদ, শনিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত সংবাদ মাধ্যমত মন্তব্য ৰাইজৰ।চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ মোৱামাৰী চৰকাৰী গেজিং ৰিজাৰ্ভত বেদখল একাংশ সন্দেহজনক মিঞা মুছলমান লোকৰ।চামগুৰিৰ মোৱামাৰী গেজিং ৰিজাৰ্ভৰ ৭০নং দাগৰ ১৮০০ বিঘা চৰকাৰী ভূমিত দখল কৰি আছে মিঞা মুছলমানে।বৰ্তমান সময়ত প্ৰায় শতাধিক পৰিয়ালে সৰু-ডাঙৰ কেচাঁ ঘৰ, পকা ঘৰ বনাই পাতিছে এখন গাঁও,বনালে মছজিদ,দোকান-পোহাৰ।চৰকাৰী
Read More News
T & CPrivacy PolicyContact Us