Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: মঙ্গলদৈ নদীৰ পাৰত এটি শিশুৰ মৃতদেহ উদ্ধাৰ,মৃত শিশুটি ৫ নং ৱাৰ্ডৰ প্ৰীতম সৰকাৰ
Mangaldoi Part, Darrang | Sep 5, 2025
মঙলদৈৰ ৫ নং ওৱাৰ্ডৰ প্ৰীতম চৰকাৰ নামৰ ১২ বছৰীয়া কিশোৰ এজন বুধবাৰৰ পৰা সন্ধানহীন হয় আছিল। বিশেষ ভাবে সক্ষম আছিল প্ৰতীম চৰকাৰ নামৰ বাৰ বছৰীয়া কিশোৰ জন। শুকুৰবাৰে সন্ধিয়া সাত মান বজাত মঙলদৈ নদীৰ পাৰত উদ্ধাৰ হয় কিশোৰ জন
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!