Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: মহানগৰীৰ পুনৰ চুৰিকাঘাটৰ ঘটনা,মালিগাঁৱত চঙ্গম শ্ৰীবাস্তৱৰ প্ৰাণে মৰাৰ চেষ্টা প্ৰণৱ দাসক,আটক কৰে চঙ্গমৰ লগতে এগৰাকী যুৱতী
Guwahati, Kamrup Metropolitan | Sep 3, 2025
বুধবাৰে মহানগৰীৰ পুনৰ চুৰিকাঘাটৰ ঘটনা। মালিগাঁৱৰ ৰাজপথতেই সংঘটিত হয় এই ঘটনা। এজন লোকক ৰাজপথতেই প্ৰাণে মৰাৰ চেষ্টা আন এজন যুৱকক। চঙ্গম শ্ৰীবাস্তৱৰ প্ৰাণে মৰাৰ চেষ্টা প্ৰণৱ দাসক। তেজেৰে লুতুৰি পুতুৰি হৈ পৰিল ৰাজপথ। সংকটজনক অৱস্থাত প্ৰথমে পাণ্ডু এফআৰইউত ভৰ্তি। তাৰ পিছত অতি সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হয় যুৱক জনক।ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ। আটক কৰে চঙ্গম শ্ৰীবাস্তৱৰ লগতে এগৰাকী যুৱতীক।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!