Download Now Banner

This browser does not support the video element.

হোজাই: মাৰ্কাজুল একাডেমীত নামাজ পঢ়িবৰ বাৱে হেঁচা প্ৰয়োগ কৰি এজন অষ্টম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰ ৱাৰ্ডেনৰ,আৰক্ষী থানাত এজাহাৰ দাখিল

Hojai, Hojai | Sep 7, 2025
হোজাইত শিক্ষক দিৱসৰ দিনা ছাত্ৰক প্ৰহাৰ।মাৰ্কাজুল একাডেমি ইংলিছ হায়াৰ চেকেণ্ডৰি স্কুলত সংঘটিত হৈছে এই ঘটনা।ঘটনা সন্ধৰ্ভত দেওবাৰে দিনৰ ৩.৩০ মান বজাত ভুক্তভোগী ছাত্ৰৰ পৰিয়ালৰ মন্তৱ্য প্ৰকাশ।ৱাৰ্ডেনৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত এজন ছাত্র।ছাত্ৰ জন হোজাই মাৰ্কাজুল একাডেমী ইংলিছ হায়াৰ চেকেণ্ডৰি স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ।ছাত্ৰ জনক নামাজ পঢ়িব হেঁচা প্ৰয়োগ কৰি আক্ৰমণ কৰিছিল ৱাৰ্ডেন জনে।ৱাৰ্ডেন জনৰ নাম বাবুল হুছেইন চৌধুৰী।বাবুল হুছেইন চৌধুৰীয়ে ছাত্ৰ জনক গুপ্তাংগ আৰু মূৰত আক্ৰমণ
Read More News
T & CPrivacy PolicyContact Us