Download Now Banner

This browser does not support the video element.

বাক্সা: জালাহত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল, কোকলাবাৰী‌ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন দিয়াৰ সিদ্ধান্ত

Baska, Baksa | Sep 6, 2025
বাক্সা জিলাৰ জালাহত আজি অবড়ো সুৰক্ষা সমিতিৰ এখন সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ‌ মেলৰ জড়িয়তে বিটিচি নিৰ্বাচনত কোকলাবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী ৰমেন মদাহীক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰা বুলি সংগঠনটোৰ নেতৃত্বই ঘোষণা কৰে।
Read More News
T & CPrivacy PolicyContact Us