Install App
mokib786
This browser does not support the video element.
মানকাচৰ: ভাৰত বাংলাদেশ সীমান্তৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া অস্থায়ী প্ৰতিৰোধৰ বাবে ফকলেণ্ড লগাই অব্যাহত ৰাখিছে কাম
Mankachar, South Salmara-Mankachar | Sep 7, 2025
ৰবিবাৰে নিশা১১ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কোকৰাডাঙাত আজি জল সম্পদ বিভাগে ফকলেণ্ড লগাই অব্যাহত ৰাখিছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া কাম অব্যাহত ৰাখিছে। উল্লেখ্য যে বৰ্তমান সীমান্ত পথ ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া ভাবুকিত পৰাত জল সম্পদ বিভাগে ততপৰ হৈ এনেদৰে অব্যাহত ৰাখিছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়াৰ প্ৰতিৰোধৰ কাম।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!