Download Now Banner

This browser does not support the video element.

ডুমডুমা: ডুমডুমাত ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি প্ৰজ্বলন কাৰ্যসূচী

Doom Dooma, Tinsukia | Sep 8, 2025
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ডুমডুমা চহৰৰ মাজমজিয়াৰ গান্ধী মূৰ্তিৰ সমিপত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ড' ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লয় । ডুমডুমা অঞ্চলৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা বন্তি প্ৰজ্বলন কাৰ্যসূচীত সুধাকণ্ঠৰ স্মৃতিত বিভিন্ন কাৰ্যসূচীৰ‌ সৌস্তৱ বৃদ্ধি কৰে ।
Read More News
T & CPrivacy PolicyContact Us