Download Now Banner

This browser does not support the video element.

মানকাচৰ: মানকাচৰৰ জে. এই. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন, উপস্থিত জিলা আয়ুক্ত

Mankachar, South Salmara-Mankachar | Sep 8, 2025
সোমবাৰে দিনৰ ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰস্হিত জে. এম. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে সুধাকণ্ঠৰ এই জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়৷ উল্লেখ্য যে মানকাচৰত অনুষ্ঠিত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে কেক কাটে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা ৷
Read More News
T & CPrivacy PolicyContact Us