Install App
chirangnews494
This browser does not support the video element.
বিজনী ভাগ: নিশা ৩ নং দৈলংঝাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ ভাঙিলে ৰান্ধনী গৃহ ৩ নং দৈলংঝাৰত জনালে সংবাদ মাধ্যমক
Bijni Part, Chirang | Sep 10, 2025
মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে ৩ নং দৈলংঝাৰত বনৰীয়া হাতীয়ে গাঁওখনত উপদ্ৰৱ চলায় ,গাঁৱৰে ননী বৰ্মনৰ ঘৰৰ চোতালত তিনিটা হাতী প্ৰবেশ কৰে ,পিছত ননী বৰ্মনৰ ৰান্ধনী গৃহ ভাঙি থৈ যায় বনৰীয়া হাতীয়ে ,দীৰ্ঘ দিনৰে পৰা উক্ত অঞ্চল সমূহত চলি আহিছে বনৰীয়া হাতীৰ উপদ্ৰৱ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!