This browser does not support the video element.
ধুবুৰী ভাগ: ভোলানাথ মহাবিদ্যালয়(স্বায়ত্বশাসিত ) খেলপথাৰত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ
Dhubri Part, Dhubri | Oct 12, 2025
অসম চৰকাৰৰ অভিলাষী আঁচনি হিচাপে ৰাজ্যৰ প্ৰতিখন জিলাতে এই চিকিৎসা শিবিৰৰ আৰম্ভণি কৰিছে ৰাজ্য চৰকাৰে। জিলাৰ প্ৰতিখন বিধান সভা সমষ্টিতে অনুষ্ঠিত হ'ব এই চিকিৎসা শিবিৰ। লক্ষ্য ৰাজ্যৰ প্ৰতিজন নাগৰিকে যাতে চিকিৎসা সেৱাৰ পৰা বঞ্চিত নহয়। আজি ধুবুৰী জিলাৰ ৮ নং ধুবুৰী বিধানসভা সমষ্টিত অনুষ্ঠিত হয় বৃহৎ স্বাস্থ্য শিবিৰ। স্বাস্থ্য শিবিৰত বিশেষজ্ঞ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰ