Download Now Banner

This browser does not support the video element.

গুৱাহাটী: জিমচি এইচৰ অধীক্ষক হিচাপে দ্বায়িত্ব লয় ডাঃ দেৱজিৎ চৌধুৰীয়ে নতুনক দ্বায়িত্ব লৈছোঁ ,আগবঢ়াই নিব লাগিব জিমচি এইচ

Guwahati, Kamrup Metropolitan | Aug 26, 2025
জিমচি এইচৰ অধীক্ষক হিচাপে দ্বায়িত্ব লয় ডাঃ দেৱজিৎ চৌধুৰীয়ে নতুনক দ্বায়িত্ব লৈছোঁ ,আগবঢ়াই নিব লাগিব জিমচি এইচ । নতুনকৈ বহুতো পৰিকল্পনা কৰিছোঁ , আজি দ্বায়িত্ব লৈছোঁ সকলো ঠিক হৈ যাব ।নতুনকৈ আমি অভিযোগ নম্বৰৰ ব‍্যৱস্থা কৰিছোঁ, ৰাইজে যাতে অভিযোগ সমূহ পোনপটীয়াকৈ আমাক জনাব পাৰে ।
Read More News
T & CPrivacy PolicyContact Us