Download Now Banner

This browser does not support the video element.

মাটিয়া: মৰনৈত বন ধ্বংস যজ্ঞৰে ইথান'ল প্ৰস্তুত কৰা চিছ বায়োটেক কোম্পানীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে প্ৰাক্তন পঞ্চায়ত সভাপতিয়ে

Matia, Goalpara | Sep 10, 2025
মৰনৈত বন ধ্বংস যজ্ঞৰে ইথান'ল প্ৰস্তুত কৰা চিছ বায়োটেক কোম্পানীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে প্ৰাক্তন পঞ্চায়ত সভাপতি ননী দাসে। তেওঁ কয় যে চিছ বায়োটেক কোম্পানী টোয়ে ইথানেল প্ৰস্তুত কৰোতে কয়লাৰ পৰিবৰ্তে কাঠ খৰি ব্যৱহাৰ কৰি বনধ্বংস যজ্ঞ চলাই আছে । কাৰণ কয়লাৰ মূল্য বহু তাৰ বিপৰীতে কাঠৰ খৰিৰ মূল্য বহু কম।কোম্পানিৰ মুনাফাৰ বাবে বন ধ্বংসত নামি পৰিছে একাংশ বন মাফিয়া।
Read More News
T & CPrivacy PolicyContact Us