This browser does not support the video element.
সোণাৰি: মুখ্যমন্ত্ৰীৰ স্বাক্ষৰিত ব্যক্তিগত পত্ৰ দিচাংপানী গাঁও পঞ্চায়তত হিতাধিকাৰীক বিতৰণ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
Sonari, Charaideo | Aug 24, 2025
আজি দিচাংপানী গাঁও পঞ্চায়তত অৰুণোদয় আচঁনিৰ প্ৰতি গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰিত ব্যক্তিগত পত্ৰ, এখন গ্ৰন্থ আৰু ৰন্ধন গেছৰ ৰাজসাহায্যৰ প্ৰ-পত্ৰ বিতৰণ কৰা হয়। মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পৰিবহন, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস বিভাগৰ মন্ত্ৰী যোগেন মহনে এই পত্ৰ বিতৰণ কৰে। তেওঁ কয় এই পদক্ষেপ কেৱল এখন চৰকাৰী সহায়ৰ নথি নহয়, ই মুখ্যমন্ত্ৰীৰ আন্তৰিকতা, স্নেহ আৰু জনকল্যাণৰ প্ৰতি দায়বদ্ধতাৰ উজ্