Install App
bastav_news
This browser does not support the video element.
ওদালগুৰি: বড়ো বজাৰত ইউপিপিএলৰ দলৰ সাংগঠনিক সভাৰ লগতে এটি যোগদান কাৰ্যসূচীও অনুষ্ঠিত হয়, উপস্থিত থাকে ইএম নিলোৎ স্বৰ্গীয়াৰি
Udalguri, Udalguri | Sep 1, 2025
জিলা খনৰ দালাকাটিৰ বড়ো বজাৰত ইউপিপিএলৰ দলৰ সাংগঠনিক সভাৰ লগতে এখন যোগদান কাৰ্যসূচীও অনুষ্ঠিত হয়।সভাত সমাগত পৰিষদীয় নিৰ্বাচন,দলৰ সাংগঠনিক দিশ আৰু আগন্তুক দিনৰ কাৰ্যপন্থা সম্পৰ্কে বিশদ ভাবে পৰ্যালোচনা কৰা হয়। ইপিনে উক্ত সভাতে ৭গৰাকী বিজেপিৰ নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাৱে ইউপিপিএল দলৰ যোগদান কৰে। আনহাতে সভাত ইএম গৰাকীৰ সতে দলৰ বিষয় ববিয়া আৰু কাৰ্যকতা সকল উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!