Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: দুদিনৰ পিছত চেচা নৈত SDRF এ উদ্ধাৰ কৰে হিৰজিৎ দত্তৰ মৃতদেহ, লাহোৱালৰ চেচা নৈত গা ধুবলৈ গৈ সলিল সন্ধানহীন হৈছিল হিৰজিৎ
Dibrugarh East, Dibrugarh | Oct 3, 2025
দুটাকৈ দিন লাহোৱালৰ চেচা নৈত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলোৱাৰ অন্তত আজি শুক্ৰবাৰে পুৱা ৮ বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় হিৰজিৎ দত্তৰ (১৮) মৃতদেহ। দুৰ্গোৎসৱৰ আনন্দ আৰু উল্লাহৰ মাজতেই যোৱা ১ অক্টোবৰ তাৰিখে লাহোৱালৰ চেচা নৈত তিনি সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল ৰহমৰীয়াৰ গেনি চুক গাঁৱৰ হিৰজিৎ দত্ত
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!