This browser does not support the video element.
তামুলপুৰ: দৰঙাজুলীত বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত বিভিন্ন দল সংগঠনৰ বহুকেইজন নেতাই যোগদান কৰে কৰে UPPL দলত
Tamulpur, Baksa | Sep 5, 2025
দৰঙাজুলীত বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত শুক্ৰবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত বিভিন্ন দল সংগঠনৰ বহুকেইজন নেতাই যোগদান কৰে UPPL দলত।দৰঙাজুলী মণ্ডল বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতি সত্যজিৎ পাঠক, AJYCP বাক্সা জিলাৰ প্ৰাক্তন সাধাৰন সম্পাদক তথা বৰ্তমান তামুলপুৰ জিলাৰ প্ৰাক্তন উপ-সভাপতি ধ্ৰুৱজ্যোতি বায়ন, AJYCP কুমাৰীকাটা আঞ্চলিকৰ প্ৰাক্তন সাধাৰন সম্পাদক কুশল পাটোৱাৰী, AJYCP কুমাৰীকাটা আঞ্চলিকৰ প্ৰাক্তন সহ-সম্পাদক ফিজনুৰ আলীয়ে আনুষ্ঠানিক ভাৱে বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত UPPL