Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: উজনি অসমত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত, যোৰহাট প্ৰেছ ক্লাৱত সংবাদ মেল
Jorhat West, Jorhat | Aug 23, 2025
উজনিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত । ইয়াকে লৈ যোৰহাট প্ৰেছ ক্লাৱত সংবাদ মেল। কিছু ঠাইত প্ৰতি কেজিত 11 টকা পৰ্যন্ত হ্ৰাস পাইছে কেচা চাহপাতৰ মূল্য । ভাৰতীয় চাহ বৰ্ড আৰু চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। ভাৰতীয় চাহ বৰ্ডৰ নিৰ্লিপ্ততাত এই অৱস্থা খেতিয়ক সকলৰ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!