This browser does not support the video element.
তিনিচুকীয়া: সদৰত অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎসাতৰ দাবীত জিলা ছাত্ৰ সন্থাৰ ১১ ঘন্তীয়া অনশন কাৰ্যসূচী
Tinsukia, Tinsukia | Sep 4, 2025
বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎসাত আৰু অসম চুক্তি ৰূপায়ণৰে অবৈধ বিদেশী প্ৰৱজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত ১১ ঘন্তীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । দুপৰীয়া প্ৰায় ১২ বজাত অনশন কাৰ্যসূচীৰ পৰা শাসনা ধৃষ্ট চৰকাৰে অসম চুক্তি নচাৎ কৰি হিন্দু শৰণাৰ্থী সকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা কাৰ্যক কোনো পধ্যেই মানি লোৱা নহব বুলি কয় ।