This browser does not support the video element.
তিনিচুকীয়া: সদৌ অসম মটক ছাত্ৰ সন্থা পানীতোলা আঞ্চলিক সমিতি গঠন ,উপস্থিত জিলাৰ সভাপতি ভৃগু বুঢ়াগোহাঁই
Tinsukia, Tinsukia | Aug 31, 2025
দেওবাৰে পানীতোলাত সদৌ অসম মটক ছাত্ৰ সন্থা পানীতোলা আঞ্চলিক সমিতিখন গঠন কৰাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয় । সভাত সৰ্ব সন্মতি ক্ৰমে ৩০ জনীয়া এক শক্তিশালী আঁঞ্চলিক সমিতি গঠন কৰা হয় । তদুপৰি আজিৰ সভাত কেইবাগৰাকি যুৱকে সদৌ অসম মটক ছাত্ৰ সন্থাত যোগদান কৰে । এই নৱ গঠিত পানীতোলা আঞ্চলিক সমিতি খনে অনাগত দিনত চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পৰাকৈ পানীতোলা অঞ্চলৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি দৃঢ় বিশ্বাস কৰে জিলা সভাপতি ভৃগু বুঢ়াগোহাঁইয়ে ।