আজি চিৰাং জিলাৰ মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঝাৰবিষপানীত ইউপিপিএল দলৰ এক যোগদান সভা অনুষ্ঠিত হয়,আজিৰ এই যোগদান সভাত ১৫০ জনৰো অধিক লোকে ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত বিটিআৰ চৰকাৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।