Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: সুত্ৰধৰপাৰাত ইউপিপিএলৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত ৰাজ্য সভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰি

India | Sep 13, 2025
চিৰাং জিলাৰ সুত্ৰধৰপাৰাত ইউপিপিএল দলৰ এক যোগদান সভা অনুষ্ঠিত হয়,আজিৰ এই যোগদান সভাত ৪০ গৰাকী লোকে ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত ৰাজ্য সভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰি সহ চিৰাং জিলা ইউপিপিএল দলৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us