This browser does not support the video element.
ওদালগুৰি: খাগ্ৰাবাৰী, খাচীয়াচুবা আৰু পানিশেলীত ইউপিপিএলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়, উপস্থিত থাকে সাংসদ জয়ন্ত বসুমতাৰী
Udalguri, Udalguri | Sep 12, 2025
ভেৰগাঁও পৰিষদীয় সমষ্টি দখলৰ বাবে ইউপিপিএলৰ দলে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুছ কাৱাজ।সেয়ে সমষ্টিৰ খাগ্ৰাবাৰী, খাচীয়াচুবা পানিশেলীত আদিত ইউপিপিএলৰ দলে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। উক্ত সভাত সাংসদ জয়ন্ত বসুমতাৰীয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইপিনে নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন ইএম দাউবাইছা বড়ো, ব্লক সমিতিৰ সভাপতি সম্পাদকৰ লগতে ভিচিডিচিৰ অধ্যক্ষ, স্থানীয় বিশিষ্ট ব্যক্তি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।