This browser does not support the video element.
বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
Balijana, Goalpara | Sep 13, 2025
গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ।গোৱালপাৰা মহাবিদ্যালয়ৰ যোৱা ১১ তাৰিখে নবাগত আদৰণী সভা মাজতে এগৰাকী ছাত্ৰীক ছাত্ৰ একতা সভাৰ ছাত্ৰ এজনে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বিৰূদ্ধে আজি দুদিন ধৰি প্ৰতিবাদ অব্যাহত আছে মহাবিদ্যালয়ৰ সনমুখত। আজি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল আৰু ABVPৰ ছাত্ৰ ছাত্ৰী সকলে মহাবিদ্যালয়ৰ অধ্যক্ষয়ৰ কোঠাৰ সন্মুখত বহি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ।