This browser does not support the video element.
গুৱাহাটী: ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰী ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰা উলিওৱা হয় চাইকেল ৰেলী
Guwahati, Kamrup Metropolitan | Sep 7, 2025
কাইলৈ সুধাকন্ঠ ড০ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী বিভিন্ন দল সংগঠনে বিভিন্ন স্থানত আয়োজন কৰিছে বিভিন্ন অনুষ্ঠান ।ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰী ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰা উলিওৱা হয় চাইকেল ৰেলী ।ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু মাৰোৱাড়ী যুৱ মঞ্চৰ উদ্যোগত উলিওৱা হয় চাইকেল ৰেলী।চাইকেল ৰেলী শুভ উদ্ধোধন কৰে ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই।