This browser does not support the video element.
নগাঁও: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল
Nagaon, Nagaon | Sep 26, 2025
সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি নগাঁৱৰ ৰাজপথত আছুৰ প্ৰতিবাদ। শ্যামকানু মহন্ত আৰু সীদাৰ্থ শৰ্মাক শীঘ্ৰেই আৰক্ষীয়ে কৰায়ত্ব কৰিবৰ বাবে দাবী প্ৰতিবাদকাৰী আছুৰ। গণশিল্পী গৰাকীৰ মৃত্যুৰ ন্যায় নোপোৱা পৰ্যন্ত আছু কেতিয়াও ক্ষান্ত নাথাকে বুলি সকিয়ানী আছু নেতৃত্বৰ।