This browser does not support the video element.
মৰিগাঁও: গৰীয়াবুৰী গাৱত অৰুনোদয় আঁচনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগত ৰাইজৰ তীব্ৰ প্ৰতিবাদ, মন্তব্য ভুক্তভোগীৰ
Marigaon, Morigaon | Aug 27, 2025
মৰিগাঁৱৰ মৈৰাবাৰীত অৰুনোদয় আঁচনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ভুক্তভোগীৰ,ৰাইজৰ তীব্ৰ প্ৰতিবাদ।মৈৰাবাৰীৰ গৰীয়াবুৰী গাওঁ পঞ্চায়তত সংঘটিত হৈছে অৰুণোদয় আঁচনিৰ নামত অনিয়ম।অৰুণোদয় আঁচনিৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ ।পঞ্চায়টোৰ কেইবা গৰাকী শাৰীৰিক ভাবে অক্ষম ব্যক্তিক অৰুনোদয় আঁচনি পৰা