Download Now Banner

This browser does not support the video element.

বাঘবৰ: খাৰবাল্লী গাঁৱত শ্বফিকুল ইছলাম নামৰ ভণ্ড জিন বাবাক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে

Baghbor, Barpeta | Aug 1, 2025
কলগাছিয়াৰ খাৰবাল্লী গাওঁৰ খাইৰুল ইছলামৰ ঘৰত, শ্বফিকুল ইছলাম নামৰ জিন বাবাক ৰাইজে আটক কৰে।বালিকুৰি গাঁৱৰ নাদুৰ পুত্ৰ শ্বফিকুল ইছলামে জিন পৰিৰ নামত মিষ্টান্ন ছিন্নিৰ লগতে খাৰবাল্লী গাঁৱৰ কেইবাজন লোকৰ পৰা প্ৰায় নগদ ধন ৬০,০০০ হাজাৰ টকা বেকী নদীৰ গঢ়াখহনীয়া বন্ধ কৰিব বুলি সংগ্ৰহ কৰে। আনহাতে তেও যিকোনো ধৰণৰ বেমাৰৰ চিকিৎসাৰ লগতে যিকোনো অসাধ্য কাম কৰি দেখুবাৱ পাৰে বুলি কয় । ৰাইজে বালিকুৰি গাঁৱৰ উক্ত ঠগ শ্বফিকুল ইছলামক আটক কৰি কলগাছিয়া আৰক্ষীক চমজাই দিয়ে ৷
Read More News
T & CPrivacy PolicyContact Us