Download Now Banner

This browser does not support the video element.

ওদালগুৰি: জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত বিটিচি নিৰ্বাচন সন্দৰ্ভত সংবাদ মেল আয়োজন কৰে জিলা আয়ুক্ত পুলক পাটগিৰিয়ে

Udalguri, Udalguri | Aug 26, 2025
সমাগত ২২ চেপ্তেম্বৰত ভোট গ্ৰহণ আৰু ২৬ চেপ্তেম্বৰত ভোট গননাৰ দিন ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰে। ওদালগুৰি জিলা খনত হ'বলগীয়া নিৰ্বাচন সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্য্যালয় সভাকক্ষত এখন সংবাদ মেল আয়োজন কৰে জিলা আয়ুক্ত পুলক পাটগিৰিয়ে। উল্লেখ্য যে সংবাদ মেলত নিৰ্বাচনৰ বিভিন্ন দিশৰ ওপৰত অৱগত কৰে জিলা আয়ুক্ত গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us